দৈনিক বাতৰি

মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা।...

অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ...

লখিমপুৰত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৩৭টা বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কার্ড বিতৰণৰ...

সম্পত্তিৰ লালসাতে ২কণমানিক হত্যা কৰিলে ককায়েক নীৰজ শৰ্মাই?

প্ৰসংগঃ ওদালগুৰিত ২ শিশুক ডিঙি কাটি হত্যা। সময় বাগৰাৰ...

জলফাইৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

জলফাই অতি পুষ্টিগুণসমৃদ্ধ ফল। আপুনি বাৰু জানেনে ইয়াৰ উপকাৰিতাসমূহ?...

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়েশিক্ষাৰ উন্নয়নৰ দিশত অসমৰ এক নতুন দিগন্ত গঢ়ি উঠিছে: মুখ্যমন্ত্রীঅতীতৰ গৌৰৱক...

মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। আহত এগৰাকী যুৱতীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল...

উত্তৰ পূৱ

Exclusive

ৰাজনীতি

গুৱাহাটী

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা।...

‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩’ আৰু ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ উন্মোচন ৰাজ্যপাল আচাৰ্যৰ

মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে অতি কম সময়ৰ...

ভূটানৰ প্ৰধানমন্ত্ৰী আৰু উদ্যোগীসকলক অসমলৈ আমন্ত্রণ মুখ্যমন্ত্ৰীৰ

এডভান্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত আয়োজিত ব্যৱসায়িক সম্মিলন...

ক্ৰীড়া

BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া।...

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত উমা ছেত্ৰীৰ স্থান লাভ

আঘাতপ্ৰাপ্ত য়স্তিকা ভাটিয়াৰ স্থানত অসমৰ উমা ছেত্ৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে...

বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ...

Page 3
Latest

সৃজনাক এৰি অজান দেশলৈ গ’লগৈ বিবেক

কোনেনো নিবিচাৰে আপোনজন বিশেষতকৈও বিশেষ হওক। ভাল-বেয়া সকলো মুহূৰ্ততে প্ৰিয়জনৰ লগত থাকক। কিন্তু সৃজনা সুবেদীৰ কথা কৈ শেষ কৰিব নোৱাৰি। আপোন মানুহজনক বচাবলৈ সৰ্বস্ব...

বলীউডৰ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কাৰ পৰিয়াল?

প্ৰজন্মৰ পিছত প্ৰজন্ম বলীউডত ৰাজত্ব কৰি আহিছে খান আৰু...

অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিল ‘লাপাতা লেডিজ’

ছেপ্টেম্বৰ মাহত ভাৰতীয় ফিল্ম ফেডাৰেচনে প্ৰকাশ কৰিছিল এক বিবৃতি।...

বাদুংদুপ্পা কলাকেন্দ্ৰৰ ‘আণ্ডাৰ দ্য শাল ট্ৰী’ৰ ১৫ সংখ্যক সংস্কৰণৰ আৰম্ভণি

গোৱালপাৰা জিলাৰ ৰামপুৰৰ নিস্তব্ধ শাল গছৰ বাগিচাখন দেওবাৰে পুৱা...

ছবিগৃহত ছুপাৰ হিট পুষ্পা২, কাৰাগাৰত নায়ক

চিনেমাৰ দৰেই ঘটি গৈছে সকলো ঘটনা। ছবিগৃহত ছুপাৰ হিট...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ

বলীউডত জনপ্ৰিয়তাৰ শীৰ্ষত কাপুৰ পৰিয়াল। বলীউদৰ কিংবদন্তি অভিনেতা, চলচ্চিত্ৰ-নিৰ্মাতা...

ৰাজনীতিবিদসকললৈ কণ্ঠশিল্পী চনু নিগমৰ বিশেষ বাৰ্তা

বহু সময়ত মনৰ কথাবোৰ মুকলিকৈ প্ৰকাশ কৰে কণ্ঠশিল্পী চনু...

তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাই দিলে ভাল খবৰ, কি এই ভাল খবৰ?

সম্প্ৰতি চৰ্চাত বিজয় বাৰ্মা আৰু তামান্না ভাটিয়া। দুয়ো বলীউডৰ...

মিছা প্ৰমাণিত হ’ল বিগ-বিৰ পুত্ৰ-বোৱাৰীৰ বিবাহ-বিচ্ছেদৰ খবৰ

সকলো উৰাবাতৰিৰ মাজতে একেলগে দেখা গ’ল বলিউডৰ জনপ্ৰিয় দম্পতি...

শিল্পা শেট্টীৰ বাসগৃহত ED অভিযান

পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ...

অসম দৰ্শন

জানো আহক শিলিখাৰ গুণাগুণ

অতি সহজতে হোৱা এবিধ ফল হৈছে শিলিখা। সোৱাদত তিতা...

পৰিনীতিৰ বিয়ালৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন

মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ ২৪ ছেপ্তেম্বৰ...

NKTV Plusত পদখালী | আজিয়েই আবেদন কৰক

NKTV Plusৰ বাবে Front Desk Executiveৰ প্ৰয়োজনযুৱক/যুৱতী উভয়ে কৰিব...

৫টা লাভজনক ব্যৱসায় যি কেতিয়াও বন্ধ নহয়

উদ্ভাৱন আৰু প্ৰযুক্তিগত বিকাশৰ ফলত বহু উদ্যোগ যথাসময়ত বিলুপ্ত...

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে কোনে পাব চৰকাৰী চাকৰি?

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে...