ৱাৰ্ড গাৰ্লে ল’লে নেকি জীৱনৰ শেষ সিদ্ধান্ত? গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চাঞ্চল্যকৰ ঘটনা। কাৰ বিৰুদ্ধে কি অভিযোগ মৃত যুৱতীৰ পৰিয়ালৰ?

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ৰিহাবাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনৰ বাথৰূমত উদ্ধাৰ এগৰাকী ৱাৰ্ড গাৰ্লৰ মৃতদেহ। মৃত যুৱতীগৰাকী বাইহাটাৰ ছ’নিয়া ৰাজবংশী। যুৱতীগৰাকীয়ে চৰম পন্থা বাচি লোৱাৰ সন্দেহ।

কিন্তু কিয় জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে? কৰ্কট প্ৰতিষ্ঠানতে ৱাৰ্ড গাৰ্ল হিচাপে নিয়োজিত আছিল যুৱতীগৰাকী। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ আত্মীয়ই। চাকৰিৰ পৰা উলিয়াই দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰো সন্দেহ কৰা হৈছে। পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা ছ’নিয়াৰ মৃত্যুক। অভিযোগৰ আঙুলি ৰাজদ্বীপ এন্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।

অধিক তথ্যৰ বাবে ক্লিক কৰক তলত দিয়াত লিংকত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...