Browsing Category

ৰাজনীতি

ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল

৫ বছৰত বদৰুদ্দিন আজমলৰ বৃদ্ধি ২ গুণ সম্পত্তিডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল২০১৯ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি আছিল

প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত কাইলৈ বাণিজ্যিক বাহন নিষিদ্ধডি জি ৰোড, এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত নিষেধাজ্ঞাআবেলি ৩ বজাৰ পৰা

কাজিৰঙাত ২খন, শোণিতপুৰত ১খন নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

কাজিৰঙা, শোণিতপুৰত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ একেদিনাই ৩খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ কাজিৰঙাত ২খন, শোণিতপুৰত

মঙলবাৰে যোৰহাটত ৰোড শ্ব’ত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে

তিতাবৰৰ পৰা যোৰহাটলৈ প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’ৰ আয়োজন একেদিনাই যোৰহাটৰ মাজুলী-আমগুৰিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

২০২৬ চনৰ ১৭ নৱেম্বৰলৈ অতি শুভ দশা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰো ভাল দিন চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩য় বাৰৰ বাবে হ’ব প্ৰধানমন্ত্ৰী। শত্ৰু আহিলেও টিকি থাকিব নোৱাৰিব। বৰপেটা

১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী১৬ এপ্ৰিলত গুৱাহাটীত ৰোড শ্ব’ কৰিব মোদীয়েজালুকবাৰীৰ পৰা

হৃষিকেশত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত ৰাজনৈতিক দলৰ প্ৰচাৰপ্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীওযোৱা এসপ্তাহ ধৰি দক্ষিণৰ

মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ত সংগ দিব নোৱাৰিলে সোণোৱালে

মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ নল’লে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ

দক্ষিণত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰেলী

লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো দলৰ নেতা, কৰ্মীসকল। প্ৰধানমন্ত্ৰী