বান সাহাৰ্য দিবলৈ গৈ সন্ধানহীন ৭জনকৈ লোক

মাজুলীত বানৰ মাজতে অঘটন। বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন ৭জনকৈ লোক। দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত সাহায্য দিব গৈছিল দলটো। এখন ফেৰীৰে বান সাহায্য দিবলৈ গৈছিল দলটো। ভৰা লুইতত দিকবিদিক হেৰুৱালে ফেৰীখনে। ঘটনাস্থলীলৈ ৰাওনা SDRF বাহিনী। সন্ধানহীন সঞ্জীত শইকীয়া, বিপুল হাজৰিকা আৰু অজয় দাস। দলটোত আছে আন ৪জনকৈ শ্ৰমিকো। সন্ধানহীন দুজন ক্ষেত্ৰ সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...