গুৱাহাটী

৫৭ সংখ্যক IFFIৰ Indian Panorama শাখালৈ নিৰ্বাচিত অসমীয়া ছবি ‘সূৰ্যমুখী’, Indian Panorama শাখাত স্থান লাভ কৰা একমাত্ৰ অসমীয়া ছবি ‘সূৰ্যমুখী’; ২২ নৱেম্বৰত হ’ব বিশ্ব...

অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ। ৫৭ সংখ্যক International Film Festival of India (IFFI), গোৱাত Indian Panorama শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ অসম কন্যাৰ; ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ‘President Scout Award’ গ্ৰহণ দক্ষিণ কামৰূপৰ ৰাখী ৰাভাৰ

দৰিদ্ৰতা যে সফলতাৰ বাটত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে দক্ষিণ কামৰূপৰ ৰাখী ৰাভাই। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লোহাৰঘাটৰ অতি...

৪ ডিচেম্বৰত মুক্তি পাব অসমীয়া ছবি ‘আদিশক্তি’, উন্মোচন কৰা হ’ল ছবিখনৰ ট্ৰেইলাৰ

অহা ৪ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব আইৰা ম’শ্যন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘আদিশক্তি’। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে...

গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses, ১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ মহাৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ অন্যতম জনপ্ৰিয় আমেৰিকান ৰক বেণ্ড Guns N’ Roses-এ অহা ১৭ নৱেম্বৰৰ নিশা গুৱাহাটীৰ খানাপাৰা ফিল্ডত...

পলাশবাৰীৰ ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ! দুৰ্গন্ধত অতিষ্ঠ স্থানীয় লোক, অচিন ৰোগত আক্ৰান্ত হৈ ৩ বছৰত ২৮ জনৰ মৃত্যুৰ অভিযোগ

পলাশবাৰীৰ দখলা উপৰহালিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ...

Popular