গুৱাহাটী

মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত GSTৰ অভিযান সপ্তম দিনত উপনীত, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ তথ্য পোহৰলৈ অহাৰ দাবী

মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত GST বিভাগৰ অভিযান আজি সপ্তম দিনত উপনীত হৈছে। অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ তথ্য ধৰা পৰা বুলি জানিব পৰা...

প্ৰসংগঃ পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ পৰা নিৰ্গত দুৰ্গন্ধ; NKTVৰ বাতৰিৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশ।

মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গা লৰিছে বিভাগীয় কৰ্তৃপক্ষৰ। পূৰবী ডেইৰীৰ প্লাণ্টত উপস্থিত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়া। লগতে উপস্থিত...

ল’ক’ পাইলটে ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই ডিগাৰুত ভয়ংকৰ দুৰ্ঘটনা! লাইনচ্যুত ইঞ্জিনসহ ৫টাকৈ দবা

মহানগৰী গুৱাহাটীৰ সমীপৰ ডিগাৰুত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ইঞ্জিনসহ লাইনচ্যুত হয় কলকাতাৰ পৰা মিজোৰাম অভিমুখী ১৩১২৫ নম্বৰৰ ৰে’লখনৰ পাঁচটাকৈ দবা।...

বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিলে DRI-য়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা ৩.৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI)। অভিযানত প্ৰায় ৩.৭ কিলোগ্ৰাম ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে।...

দীপাৱলীৰ দুদিনত অসমত ১৮১টা অগ্নিকাণ্ডৰ ঘটনা, গুৱাহাটীতে সংঘটিত ৬০টা

দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ’ল ১৮১টাকৈ অগ্নিকাণ্ডৰ ঘটনা। ৮ আৰু ৯ নৱেম্বৰ তাৰিখে দীপাৱলী উদযাপনৰ সময়ছোৱাত ৰাজ্যৰ ৩৫খন জিলাত সংঘটিত হয় এই অগ্নিকাণ্ডসমূহ। এই...

Popular