গুৱাহাটী

ৰাজ্যত বিজয়া দশমী উপলক্ষে সেন্দুৰ খেলাত ব্যস্ত মহিলাসকল; বিজয়া দশমীত মা দুৰ্গাক বিদায় দিয়াৰ পূৰ্বে কিয় সেন্দুৰ খেল খেলে মহিলাসকলে? জানক এই পৰম্পৰাৰ আঁৰৰ...

বিজয়া দশমীৰ দিনা বাঙালী মহিলাসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা এক বিশেষ পৰম্পৰা হৈছে সেন্দুৰ খেল। সেন্দুৰক ব্ৰহ্মাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মীয়...

হেঙেৰাবাৰীৰ এপাৰ্টমেণ্টত যুৱতীৰ ৰহস্যজনক মৃত্যু, গ্ৰেপ্তাৰ বিশ্বনাথ দাস নামৰ এজন ব্যক্তি

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নেহা এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীগৰাকী শুৱালকুছিৰ ডলী কাশ্যপ বুলি চিনাক্ত কৰা হৈছে। এপাৰ্টমেণ্টটোত...

বিজয়া দশমীৰ বাবে সাজু গুৱাহাটীৰ বিসৰ্জন ঘাট, লাচিত ঘাটত ৬০০ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা; পাণ্ডুত শান্তি-শৃংখলা বজাই ৰখা পূজা সমিতিৰ বাবে পুৰস্কাৰ ঘোষণা

কাইলৈ বিজয়া দশমী। দেৱী দুৰ্গাক বিদায় জনোৱাৰ অন্তিম ক্ষণত মহানগৰী গুৱাহাটীৰ বিভিন্ন বিসৰ্জন ঘাটত চলিছে ব্যাপক প্ৰস্তুতি। পাণ্ডু, কাছমাৰী, চূণচালি আৰু লাচিত ঘাটত দেৱীৰ...

দুৰ্গোৎসৱৰ প্ৰতিমা বিসৰ্জনক লৈ গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা, জাৰি ডাইভাৰচন; অঞ্চলভেদে প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে নিৰ্ধাৰিত পথ কি কি?

পৱিত্ৰ দুৰ্গোৎসৱ উপলক্ষে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচল যাতায়ত নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত বিশেষ যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যান-বাহন...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব পাৰিব আবেদন উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় যাতায়াত ব্যৱস্থা অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত অঞ্চলটোৰ প্ৰথমটো...

Popular