Page 3

সোণাক্ষী-ইকবালৰ বিবাহ, নিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞা

সমাগত সোণাক্ষী সিনহা-জাহিৰ ইকবালৰ বিবাহ২৩ জুনত বিবাহত বহিব দীৰ্ঘদিনীয়া প্ৰেমিক যুগলসম্প্ৰতি ভাইৰেল হৈছে তাৰকাদ্বয়ৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰনিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞাবিয়াত অতিথিয়ে...

বাহিৰত সুখৰ, বিলাসী জীৱন… ভিতৰি শেষ হৈ গৈছিল মালবিকা

অসমৰ পৰা গৈ মুম্বাইত অভিনয়েৰে পৰিচয় লাভ কৰা এগৰাকী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু। কৰিমগঞ্জৰ নুৰ মালবিকা দাসৰ মৃত্যুক লৈ এতিয়া ঘনীভূত হৈছে ৰৈছে। মুম্বাইৰ নিজা...

প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকা

প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকানতুন পৰিচয়ৰ অপেক্ষাত জনপ্ৰিয় তাৰকাদ্বয় সামাজিক মাধ্যমত নিঃসংকোচে আন্তৰিক মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে দীপিকা পাডুকন, ৰণবীৰ সিঙে। ছচিয়েল মিডিয়াত...

শীঘ্ৰেই লেখিকাৰূপে আত্মপ্ৰকাশ কৰিব বিপাশা বসুৱে

অভিনেত্ৰী হিচাপে যথেষ্ট জনপ্ৰিয় বলীউডৰ অভিনেত্ৰী বিপাশা বসু। মাতৃ হিচাপেও যেন যথেষ্ট দায়িত্বশীল বিপাশা। কন্যাৰ জন্মৰ পিছৰে পৰা অভিনয় জগতৰ পৰা আঁতৰি আছে বিপাশা।...

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অসমীয়া ফেশ্বন ডিজাইনাৰৰ বস্ত্ৰ শোভিলে ছুপাৰ মডেলৰ দেহত

জগতসভাত আৰু এগৰাকী প্ৰতিভাশালী অসমীয়াৰ সফলতাৰ এখোজ। বিশ্বৰ শ্ৰেষ্ঠতম প্ৰতিভা, সৌন্দৰ্য আৰু ফেশ্বনৰ মহাপীঠ কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেট ৷ শনিবাৰে সামৰণি পৰা ২০১৪ৰ...

Popular