গুৱাহাটী

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত আৰক্ষীক মহটিয়াই বাহনসহ পলায়নৰ চেষ্টা কৰে এজন চালকে। নিশা দিছপুৰ আৰক্ষীয়ে চলোৱা তালাচীৰ সময়তে সংঘটিত...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ দিশত এক যুগান্তকাৰী সফলতা অৰ্জন কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীয়ে। গ্ৰামাঞ্চল তথা পশুপালন ফাৰ্মসমূহৰ...

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। জুবিন গাৰ্গৰ ঘটনাৰ সময়ত য়টখনত উপস্থিত আছিল...

আজিও চূড়ান্ত নহ’ল শ্যামকানু মহন্তৰ জামিনৰ শুনানি; নৱেম্বৰৰ প্ৰথম সপ্তাহত পুনৰ শুনানি গ্ৰহণ কৰিব ছুপ্ৰিম ক’ৰ্টে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ পুনৰ অনিশ্চয়তা। আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত শুনানি হয়। আদালতৰ কাৰ্যসূচী...

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

Popular