ৰাজ্যৰ একাধিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ পদত্যাগ

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যত উন্মোচিত বিস্ফোৰক তথ্য
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬জন চিকিৎসকৰ পদত্যাগ
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩জন চিকিৎসকৰ পদত্যাগ
AMCHৰ ১১জন চিকিৎসকৰ পদত্যাগ
পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক
কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰো পদত্যাগ
স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নাই সকলো চিকিৎসকৰ পদত্যাগ-পত্ৰ
GMCH-AMCHৰ এজনকৈ চিকিৎসকৰ পদত্যাগ-পত্ৰ গ্ৰহণ
ধুবুৰীৰ পেথ’ল’জী, GMCHৰ ৰেডিঅ’লজীৰ এজনকৈ চিকিৎসকৰ পদত্যাগ-পত্র গ্রহণ
AMCHৰ নিউৰ’লজীৰ এজন চিকিৎসকৰ পদত্যাগ-পত্ৰ গ্ৰহণ
কিন্তু কিহৰ বাবে চিকিৎসকসকলে এৰিছে চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান?
চিকিৎসা মহাবিদ্যালয় সমূহে পদত্যাগ কৰা তথ্য জমা দিছে চৰকাৰক
বিগত দুই-তিনিমাহৰ ভিতৰত পদত্যাগ কৰিছে এইসকল চিকিৎসকে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...

বানত ডুবিল বেংকক, থমকি নৰ’ল জীৱন। পানীৰ মাজতেই বেংককৰ ৰাজপথত ভাসমান বজাৰ

বানত বিধ্বস্ত বেংককৰ ৰাজপথ এতিয়া পানীৰ তলত। কিন্তু বানপানীৰ মাজতো...

‘ন’ UPI ডে’ (No UPI Day) কি? ২ অক্টোবৰত ম’বাইল বিক্ৰেতাসকলে কেনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰিব?

১৫ অক্টোবৰৰ পৰা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ২,০০০ টকাতকৈ...