২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি আইৰ অনুৰ্ধ-২৩ মহিলা টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলৰ নাম ঘোষণা কৰিছে ।

দলটো : জিন্টিমণি কলিতা ( অধিনায়িকা ), মৌচুমী নৰহ ( উপ অধিনায়িকা ), গায়ত্ৰী গুৰুং, খুছি শৰ্মা, ফ্লৰিনা টায়ে, হেমলতা পায়েং, শিৱানী বিষ্ণয় ( উইকেটকীপাৰ ), আমন্টিকা মুণ্ডা, ৰীমা পেগু, কাকু বৰ্মন, প্ৰিয়ংকা কলিতা, খুছি কুমাৰী, আকাংক্ষা শাণ্ডিল্য, গ্ৰীতিক্ষা শইকীয়া আৰু নেহা চন্দ ।


সহায়ক ষ্টাফ — মুখ্য প্ৰশিক্ষক : চেতন বি.ধিংৰা, সহকাৰী প্ৰশিক্ষক : অশোক তালুকদাৰ, সহকাৰী প্ৰশিক্ষক : চাণক্য শৰ্মা, ট্ৰেইনাৰ : নৱজিৎ কৌশিক, ফিজিঅ’ : ডি হামিদ আৰু ভিডিঅ’ বিশ্লেষক : কাৰ্তিক কুমাৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...