গুৱাহাটী

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা। নিজৰ সুকীয়া কণ্ঠ, হৃদয়স্পৰ্শী সুৰ আৰু আধুনিক সংগীতৰ অভিনৱ পৰীক্ষাৰে...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে। প্ৰাপ্ত তথ্য অনুসৰি, দুই...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত আগবঢ়াবলৈ গুৱাহাটীত উপস্থিত হৈছে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ এটা দল। আজি পানীখাইতীত উপস্থিত হোৱা তদন্তকাৰী আৰক্ষীৰ দলটোৱে...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত। আজি পুৱা ৬ বাজি ৩০ মিনিটত হাফলং উপ-কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে অমৃতপ্ৰভাই। কাৰাগাৰৰ সকলো...

Popular