পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ BPFৰ

২২টা পৰিষদীয় সমষ্টিত BPFএ ঘোষণা কৰিলে প্ৰাৰ্থী
বাক্সা জিলাত আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা BPFৰ
দেৱৰগাঁও সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে
ভৈৰৱকুণ্ড সমষ্টিত BPFৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী
কচুগাঁও সমষ্টিত বিধায়ক ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান BPFৰ
প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক দৰংগাজুলি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান
প্ৰথম তালিকাত নাম অন্তৰ্ভুক্ত BPFৰ আন আন প্ৰাৰ্থীসকল হ’ল
পৰ্বতঝোৰাত মুনমুন ব্ৰহ্ম, গুমা সমষ্টিত আনতাজ আলী, শ্ৰীৰামপুৰত মুক্লেশ্বৰ আহমেদ
চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী, যমদুৱাৰত উলিয়াম নাৰ্জাৰী, দতমাত প্ৰকাশ বসুমতাৰী
বাওখুংগ্ৰিত ধনেশ্বৰ গয়াৰী, ছালাকাটিত দেৰহাছাত বসুমতাৰী
নিচিমাত জেমছ বসুমতাৰী, কাজলগাঁৱত পানীৰাম ব্ৰহ্ম, চিৰাঙত শুকুৰসিং মুছাহাৰী
চবাইজাৰত ধীৰাজ বৰগয়াৰী, মথনগুৰিত বেগম আখতাৰা আহমেদ
দিহিৰাত আগুছতোষ তিগা, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, শুক্লাইচেৰফাঙত গণেশ কছাৰী
খৈৰাবাৰীত লামশ্ৰাউ দৈমাৰী আৰু ধনশ্ৰীত ফ্ৰেছ মুছাহাৰীক BPFৰ প্ৰাৰ্থিত্ব প্ৰদান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...