এক্সক্লুচিভ

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ বাবে উপস্থিত হয় পৰিচালক ৰাজেশ ভূঞা। অৱশ্যে আজি তেওঁৰ সাক্ষ্যদান সম্পূৰ্ণ নহ’ল। কাইলৈ পুনৰ আদালতত...

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিছে অমৃতপ্ৰভাই। অৱশ্যে জামিন লাভ কৰিলেও আজিয়েই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব অমৃতপ্ৰভা...

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle দেখা যোৱাৰ দাবীক লৈ অনলাইনত ইতিয়া চৰ্চা চলিছে। ইণ্টাৰনেটত প্ৰকাশ পোৱা ভিডিঅ’ আৰু ছবিৰ ভিত্তিত...

ইজৰাইল অভিমুখী Flydubai বিমান ভূ-পতিত কৰাৰ পৰিকল্পনা আছিল ওমানি সহ-পাইলটৰ, পূৰ্বেও উৰণৰ পৰা নিষিদ্ধ কৰিছিল ওমানে

ইজৰাইল অভিমুখী Flydubaiৰ এখন যাত্ৰীবাহী বিমানত সহ-পাইলটে ভাৰতীয় কেপ্তেইনক আক্ৰমণ কৰি বিমানখন ভূপতিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৩০ ছেপ্টেম্বৰত সংঘটিত এই ঘটনাৰ...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত উপস্থিত হৈছিল লোকগীতৰ সাধক কমল গগৈ, তথাপিও উৰুখা পঁজাতেই জীৱন কটাইছে অনাতাঁৰ শিল্পীগৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি...

Popular