আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৩৬টা সমষ্টিৰ ৩৩টাত প্ৰতিদ্বন্দ্বিতা শাসক–বিৰোধীৰ। কামৰূপ আৰু গোৱালপাৰা জিলাক সামৰি এই পৰিষদীয় নিৰ্বাচন। গোৱালপাৰৰ ২০টাৰ ভিতৰত ১৯ পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ। গোৱালপাৰাৰ জয়ৰামকুছি সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপি প্ৰাৰ্থীৰ। গোৱালপাৰাত আছে ৩৬২টা ভোটকেন্দ্ৰ। জিলাখনত আছে মুঠ ২ লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটাৰ। কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইতিমধ্যে ২টা সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী NDAৰ প্ৰাৰ্থী। দুয়োখন জিলাৰ ৩টা সমষ্টি ইতিমধ্যে NDAৰ দখলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...