দেশত পুনৰ বৃদ্ধি পালে সাংসদসকলৰ দৰমহা, পেন্সন

বৃদ্ধি পালে সাংসদসকলৰ দৈনিক ভাট্টাৰ পৰিমাণ
সাংসদৰ মাহিলী দৰমহা ১ লাখৰ পৰা ১.২৪ লাখ টকালৈ বৃদ্ধি
দৈনিক ভাট্টা ২ হাজাৰৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি
প্ৰাক্তন সাংসদৰ মাহিলী পেন্সন বৃদ্ধি পালে ২৫,০০০ পৰা ৩১,০০০ টকালৈ
২০২৩ৰ ১ এপ্ৰিলৰ পৰা সাংসদসকলে লাভ কৰিব নতুন নিৰিখৰ দৰমহা
পূৰ্বতকৈ ২৪ % পৰিমাণে বৃদ্ধি হ’ল সাংসদৰ দৰমহা–ভাট্টা
এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে এই তথ্য
২০১৮ চনত অন্তিমবাৰৰ বাবে বৃদ্ধি হৈছিল সাংসদৰ দৰমহা, পেন্সন
সাংসদসকলে লগতে লাভ কৰে ৭০,০০০ টকাৰ সমষ্টি বানচ
অফিচ এলাউন্স হিচাপে প্ৰতি মাহে সাংসদে লাভ কৰে ৬০,০০০ টকাকৈ
সাংসদসকলে ইয়াৰ লগতে বাৰ্ষিক লাভ কৰে ৫০,০০০ ইউনিট বিনামূলীয়া বিজুলী
৪,০০০ কিলোলিটাৰ পানীও বিনামূলীয়াকৈ পায় সাংসদসকলে
লগতে তেওঁলোকে বছৰি পায় ৩৪টা বিনামূলীয়া বিমান যাত্ৰাৰ সুবিধা
আনহাতে অগণিতবাৰৰ বাবে তেওঁলোকে ৰে’লত প্ৰথম শ্ৰেণীত ভ্ৰমণৰ সুবিধা লাভ কৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...