ৰাজনীতি

ভাৰতৰ ওপৰত ১০০% শুল্ক আৰোপৰ ভাবুকি স্থগিত ট্ৰাম্পৰ; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত-চীনক বৃহৎ সকাহ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে জড়িত শুল্ক আৰু নিষেধাজ্ঞাৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভাৰত আৰু চীনৰ ওপৰত ৰাছিয়াৰ...

ধৰ্মান্তৰিত হ’লেই হেৰুৱাব লাগিব পূৰ্বৰ পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ মৰ্যদা! ইছলাম ধৰ্ম গ্ৰহণ কৰাসকলক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

সংৰক্ষণ ব্যৱস্থাক লৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলাম ধৰ্ম গ্ৰহণ কৰা কোনো ব্যক্তিয়ে ধৰ্মান্তৰণৰ পূৰ্বৰ জাতিগত...

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ ‘ভাৰত এৰাৰ’ জাননী জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। ১০ অক্টোবৰত মুম্বাইত অনুষ্ঠিত এটা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ ইণ্ডিয়া গে’টত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বৃহস্পতিবাৰে পুৱতি নিশা মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃসহ বিৰোধী দলৰ কেইবাগৰাকীও...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা। নিজৰ সুকীয়া কণ্ঠ, হৃদয়স্পৰ্শী সুৰ আৰু আধুনিক সংগীতৰ অভিনৱ পৰীক্ষাৰে...

Popular