Browsing Tag

BMC

অভিনেত্ৰী কৰীণা কাপুৰৰ বাসগৃহ ছীল, ৰুজু কৰিলে গোচৰ

জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা আক্ৰান্ত হৈছে কভিডত। কভিড পজিটিভ পোৱাৰ পিছতে দুয়োৰে বাসগৃহ ছীল কৰিছে প্ৰশাসনে।