যোৰহাটৰ যুৱতীৰ প’ৰ্ণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ

যোৰহাটৰ পৰ্ণ কাণ্ডই জোকাৰিছিল সমগ্ৰ ৰাজ্য। এজন জ্যেষ্ঠ ব্যক্তিৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছিল কেতবোৰ চাঞ্চল্যকৰ তথ্য।

সেই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱাৰ বাবে জেললৈ গৈছিল এজন যুৱক। ৪৪ দিন কাৰাবাস খাটি উভটি আহিছে কিশালয় শৰ্মা নামৰ যুৱকজন। আৰু তাৰ পাছতেই যুৱকজনৰ বিস্ফোৰক ভাষ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...