গাড়ীৰ ফিটনেছ প্ৰমানপত্ৰ নৱীকৰণৰ বিলম্ব মাচুলত ৰেহাই

১৫ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ এই ৰেহাই

দৈনিক বিলম্ব মাচুলত ৰেহাইৰ ব্যৱস্থা

তিনিচকীয়া পৰিবহন বাহন, বাণিজ্যিক ট্ৰেক্টৰ, চাৰিচকীয়া পৰিবহন বাহন, গধুৰ বাণিজ্যিক বাহনৰ বৰ্তমানৰ দৈনিক বিলম্ব মাচুল ৫০

ৰেহাই মূল্যত তিনিচকীয়া বাহনত দৈনিক ১০ টকা, বাণিজ্যিক বাহনত দৈনিক ১৫ টকা, চাৰিচকীয়া পৰিবহন বাহনত ২০ টকা আৰু গধুৰ বাণিজ্যিক বাহন আৰু অন্যান্য বাহনৰ ক্ষেত্ৰত ২৫ টকা হ’ব দৈনিক বিলম্ব মাচুল।

১৫ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে পৰিবহন বিভাগে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...