দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই

0 99

ৰাজ্যবাসীলৈ পুনৰ সুখবৰ! দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভূমি সন্মান গ্ৰহণ কৰিলে দৰং জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই।

ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেছন প্ৰগেম(ডি আই এল আৰ এম পি)ত লাভ কৰা সফলতাৰ বাবে স্বীকৃতি।

Leave A Reply

Your email address will not be published.