উত্তৰ পূৱ

একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ...

ৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণ

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ সংহাৰ বাংলাদেশৰ লগতে পশ্চিমবংগতৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণবছৰটোৰ প্ৰথমটো ধুমুহাত এতিয়ালৈকে ৩৩ গৰাকীৰ মৃত্যুধুমুহাত বাংলাদেশত ১০ জনৰ মৃত্যু, মিজোৰামত ভূ-স্খলনত...

সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত

সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত। মিজোৰাম আৰু মনিপুৰতো বিস্তৰ ক্ষতি কৰিছে ৰিমালে। আইজলত ভূমিস্খলনত নিহত কমেও ১৫ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। মনিপুৰত...

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহেবংগোপসাগৰৰ বক্ষত নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী ‘REMAL’১০০–১১০ কিঃমিঃ বেগত ঘূৰ্ণীয়ে সংহাৰ সৃষ্টি কৰিব দক্ষিণ বংগৰ...

উত্তৰ-পূব তথা অসমত কেইখন আসন পাব বিজেপিয়ে?

ৰাজ্য সফলতাৰে সম্পন্ন হ’ল তিনিওটা পৰ্যায়ৰ নিৰ্বাচন। ফলাফলৰ বাবে ৰ’ব লাগিব ৪ জুনলৈ। কোন দলে কিমান আসন পাব নিৰ্বাচনত? প্ৰতিটো দলে কৰিছে পূৰ্বানুমান, কি...

Popular