উত্তৰ পূৱ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ; BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ। BSF-ৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ।আক্ৰমণৰ আঁৰত চোৰাং ব্যৱসায়ী থকাৰ অভিযোগ। একাংশ পুৰুষ–মহিলাই বাঁহ, লাঠিৰে...

মাজুলীৰ দুৰ্গম চানং গাঁৱৰ পৰা মেলব’ৰ্ণলৈ ছেমুৱেলৰ সপোনৰ উৰণ; ২০২৭ৰ অষ্ট্ৰেলিয়ান অ’পেনত বল কিড হিচাপে নিৰ্বাচিত অসমৰ ছেমুৱেল দলে

দুৰ্গম গাঁৱৰ পৰা বিশ্ব ক্ৰীড়াৰ মঞ্চলৈ। মাজুলীৰ চানং গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ছেমুৱেল দলেৰ জীৱনলৈ আহিছে এক বিশেষ সফলতা। ২০২৭ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত...

ঘাতক ঘনকান্তৰ নিতৌ ন ন তথ্য উদঘাটন; ডিমাপুৰৰ স্বস্তি গান হাউচৰ পৰা ৩ লাখ টকাত পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই

ঘাতক ঘনকান্তৰ বিৰুদ্ধে ন ন তথ্য পোহৰলৈ আহিছে। ২০২৪ চনৰ ১৬ অক্টোবৰত নাগালেণ্ডৰ ডিমাপুৰস্থিত স্বস্তি গান হাউচৰ পৰা এটা .৩২ পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই। প্ৰাপ্ত...

নাবালিকাক বিয়া কৰোৱাৰ দাবীত কাটিগড়াত যুৱকৰ উদ্ভণ্ডালি, পৰিয়ালক হত্যাৰ ভাবুকি! মাতৃৰ উপস্থিত বুদ্ধিত ঘৰৰ পৰাই আৰক্ষীৰ জালত অভিযুক্ত

কাছাৰ জিলাৰ কাটিগড়াৰ তেলিটিকৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সম্পৰ্কীয় এগৰাকী নাবালিকাক বিয়া কৰোৱাৰ দাবীত ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক দাৰে আক্ৰমণ কৰি...

চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ) ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিটিচি প্ৰশাসনে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অবৈধভাৱে নতুনকৈ...

Popular