উত্তৰ পূৱ

চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ‘বাদলা- The Revenge’ৰ ৰোমাঞ্চকৰ কাহিনী; জানুৱাৰীত ছবিগৃহলৈ আহিব ছাদ্ৰী ভাষাৰ নতুন চলচ্চিত্ৰ

অসমৰ চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ছাদ্ৰী ভাষাৰ নতুন ছবি ‘বাদলা-The Revenge’ অহা বছৰৰ জানুৱাৰীত মুক্তি লাভ কৰিব। S H Productionৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ কৰিলে মালবাহী জাহাজে। নৱনিৰ্মিত বগীবিল নদী বন্দৰ তথা IWAI বগীবিল টাৰ্মিনেলৰ পৰা আজি বাংলাদেশৰ ঢাকাস্থিত...

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ইতিহাসৰ পুনৰস্মৰণ, উন্মোচিত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি

ঐতিহাসিক গুৱাহাটী চাহ নিলাম কেন্দ্ৰত আজি চাহ উদ্যোগৰ সৈতে জড়িত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ অংশ হিচাপে চাহ উদ্যোগৰ অগ্ৰদূত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি...

হাউলীৰ হাজীপাৰাত চাঞ্চল্যকৰ ঘটনা; মহিলাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত কিশোৰ

বৰপেটা জিলাৰ হাউলীৰ হাজীপাৰাত সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাই পূৰ্বৰ কাজিয়াৰ পোতক তুলিবলৈ এটি কিশোৰক দাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন...

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

Popular