উত্তৰ পূৱ

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথ বাণিজ্যৰ শুভাৰম্ভ; আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ডিব্ৰুগড়ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰা

অসমত আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কাৰ্যসূচীত...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে ভাৰতে। দেশৰ পদকৰ যাত্ৰাত বিশেষ ভাৱে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা খেলুৱৈসকল। বক্সিং ৰিঙৰ পৰা ভাৰোত্তোলনৰ...

গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা; পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগৰ অভিযোগত ধৃত অভিষেক কুমাৰ সিং

গুৱাহাটীত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ STF-এ। ধৃত লোকজন ৩১ বছৰীয়া অভিষেক কুমাৰ সিং বুলি জানিব...

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে মুকলি কৰা হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ। নতুন পৰ্যটন বৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু হৈছে...

Popular