ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ; BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ। BSF-ৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ।
আক্ৰমণৰ আঁৰত চোৰাং ব্যৱসায়ী থকাৰ অভিযোগ।

একাংশ পুৰুষ–মহিলাই বাঁহ, লাঠিৰে আক্ৰমণ কৰে BSF জোৱানক। এটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় BSF দলে। ধৃত চোৰাং ব্যৱসায়ীটোৰ নাম হেফজুৰ ৰহমান।

BSF-ৰ জোৱানক আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আশ্বাস ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে ত্ৰিপুৰা আৰক্ষীয়ে ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্লেন মেক্সৱেলৰ, এতিয়াৰে পৰা খেলিব কেৱল বিগ বেছ লীগ

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত ভাৰতীয় পৰ্যটকৰ মৃত্যু, আহত ৩

নেপালৰ ছোলুখুম্বু জিলাত মঙলবাৰে পুৱা অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ...