Browsing Category

Page 3

২৭ বছৰৰ পাছত ভাৰতত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা

শনিবাৰে নিশা মুম্বাইত অনুষ্ঠিত হ’ল মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ মিছ ৱৰ্ল্ড-২০২৪ৰ খিতাপ লাভ কৰিলে চেক ৰিপাব্লিকৰ

পুত্ৰৰ প্ৰাক-বিবাহ অনুষ্ঠানত মাতৃয়ে পৰিধান কৰিলে ৪০০-৫০০ কোটি টকাৰ নেকলেছ

উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰত হোৱা পৰিঘটনাবোৰ একপ্ৰকাৰ ৰাজকীয় বিষয়।আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহ উপলক্ষে

কণমানি আলহীক আদৰিবলৈ সাজু হৈছে দীপিকা-ৰণবীৰ

পিতৃ-মাতৃ হ'বলৈ আগবাঢ়িছে বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। দুয়োৰে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হ’বলৈ ওলাইছে।

সংগীত জগত উদাস কৰি গুচি গ’ল পংকজ উধাচ

ভাৰতীয় সংগীতজগতৰ উজ্বল নক্ষত্ৰ পংকজ উধাচৰ মৃত্যু। ৭২ বছৰ বয়সত মুম্বাইৰ ব্ৰীজকেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীজনে।

ৰেষ্টুৰেণ্টত অনুৰাগীয়ে পৰিশোধ কৰিলে ছনু সুদৰ বিল, এৰি থৈ গ’ল এক মধুৰ…

দানবীৰ হিচাপে সকলোৰে মাজত চৰ্চিত ছনু সুদক চিনি নোপোৱা মানুহ নাই। সদায়েই আৰ্তজনৰ কাষত থিয় দিয়া ছনু সুদ এতিয়া সাধাৰণ মানুহৰ বাবে

৪২বছৰ বয়সত ছানিয়ে এয়া কি কৰিলে? ছানিৰ খবৰে তোলপাৰ লগালে সমগ্ৰ দেশ

ছানি লিয়নিৰ কিবা এটা হৈছে!চিন্তাত পৰিছে অনুৰাগীসকলকাৰণ, এখন এডমিট কাৰ্ডঅভিনয়ে আমুৱালে নেকি ছানি লিয়নিক?৪২বছৰ বয়সত আৰক্ষী কনিষ্টবল

৬৬ সংখ্যক গ্ৰেমী বঁটাৰে উজলিল ভাৰতীয় বেণ্ড ‘শক্তি’

সংগীত বিশ্বৰ অস্কাৰ ৰূপে প্ৰখ্যাত গ্ৰেমী বঁটাৰে উজ্বলিল ভাৰতৰ সংগীত আকাশৰ ৫ উজ্জ্বল নক্ষত্ৰ শংকৰ মহাদেৱন, জাকিৰ হুছেইন, ৰাকেশ

গ্ৰেমী বঁটাত উজলিল ভাৰতৰ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন

২ বিশিষ্ট সংগীতজ্ঞৰ ‘শক্তি’ নামৰ বেণ্ডে আঁজুৰিলে বঁটাবেষ্ট গ্ল’বেল মিউজিক এলবাম জয় ‘শক্তি’ বেণ্ডৰদিজ ম’মেণ্ট শীৰ্ষক এলবামৰ বাবে

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান। ৮৯ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। মন মন্দিৰ,

‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ