কৰিমগঞ্জলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

কৰিমগঞ্জ অসমৰ এখন সীমামূৰীয়া জিলা। এফালে যদি আছে বাংলাদেশ সীমান্ত। আন কেওফালে আছে ৰাজ্যিক সীমান্ত যথাক্ৰমে ত্ৰিপুৰা, মিজোৰাম।