কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই মানৱ সাহাক পশ্চিমবংগৰৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। শাহুৱেক-জেশাহুয়েকক নিৰ্মমভাৱে হত্যা কৰি পলাতক হৈ আছিল মানৱ। মানৱৰ পৰকীয়া প্ৰেমৰ বাবে বিচ্ছেদ হৈছিল প্ৰথমা পত্নীৰে। পুনৰ প্ৰথমা পত্নীক নিজৰ ওচৰলৈ নিবলৈ ব্যৰ্থ হৈছিল প্ৰতাৰক মানৱ। পূৰ্বেও পত্নী আৰু সন্তানক আক্ৰমণ কৰিছিল মানৱে। পত্নীক নাপাই শাহু আৰু জেশাহুক কৰিছিল হত্যা। পলাতক মানৱ সাহাক অৱশেষত গ্ৰেপ্তাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...