শ্ৰীলংকাৰ বিৰুদ্ধে T20 মূল দলত ৰিয়ান পৰাগ

শ্ৰীলংকাৰ বিৰুদ্ধে T20 মূল দলত ৰিয়ান পৰাগ। ১১জনীয়া দলত স্থান লাভ ৰিয়ান পৰাগৰ। দলৰ বেটিং তালিকাৰ ৫ নং স্থানত নাম ৰিয়ানৰ। আজি ৭ বজাৰ পৰা ৩ খনীয়া শৃংখলাৰ প্ৰথম খেল। টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...