‘দেৱজিতে মোক বিয়া পাতিম বুলি কৈছে’

0 80,464

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নাৰী কেলেংকাৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ ভিতৰ চ’ৰাত। হেলেনা হেৰে নামৰ মহিলাগৰাকীয়ে দেৱজিত দেউৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ পিছত সিটো অভিযোগ। ৰাজহুৱা কৰিলে দেৱজিত দেউৰীৰ সৈতে কথা পতাৰ ফোন ৰেকৰ্ডিং।

Leave A Reply

Your email address will not be published.