টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত

ৰাজ্যবাসীক মাধমাৰ!
পুনৰ ৰাজ্যবাসীক মাধমাৰ দিয়াৰ প্ৰস্তুতি চৰকাৰৰ
টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত
প্ৰতিলিটাৰ পেট্ৰ’লত দুটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্ত
প্ৰতিলিটাৰ ডিজেলত এটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্ত
চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ
কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজিৰ অভাৱ
ভোটৰ স্বাৰ্থত ঋণৰ ধনেৰে হিতাধিকাৰী আঁচনি ৰূপায়ণ
কৰৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে ৰাজ্যবাসীক
বিদ্যুৎ মাচুল বৃদ্ধি, ভূমি কৰ, গৃহ নিৰ্মাণ কৰ, সম্পত্তি কৰ
পিয়াহৰ পানী টুপিতো কৰ আৰোপ চৰকাৰৰ
ক’ভিড কালত পেট্ৰ’লত ৭ টকা, ডিজেলত ১০ টকা ভেট হ্ৰাস
জনৰোষত পৰাৰ ভয়তে চৰকাৰে জাৰি কৰা নাই অধিসূচনা
চৰকাৰৰ সিদ্ধান্তক হঠকাৰী আখ্যা বিৰোধীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...