মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিলম্বন দুই ৰাজপত্ৰিত বিষয়াক

আইন ৰক্ষকৰ আইন উলংঘা
ৰাজ্যৰ প্ৰশাসনত বিৰল ঘটনা
একেলগে এখন জিলাৰ DC, ADCক নিলম্বন
দুই ৰাজপত্ৰিত বিষয়াই বয়োজ্যেষ্ঠ লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিলম্বন দুই ৰাজপত্ৰিত বিষয়াক
নিলম্বিত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী
অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাকো নিলম্বন
দুই বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
সীমান্ত কুমাৰ দাসক হোজাইৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...