ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ অসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয় By NKTV Digital Last updated Sep 30, 2022 0 71,784 Share ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ‘অবজাৰভেশ্যন’। পতি-পত্নী কাৰো দোষ নাথাকিলেও বিচাৰিব পাৰিব বিবাহবিচ্ছেদ। মন গ’লেই এৰি দিব পাৰিব জীৱন সংগীক? এই ‘অবজাৰভেশ্যনে’ ইতিমধ্যে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। AssamAssam newsNewsNKTVNKTV News 0 71,784 Share