কাজিৰঙাৰ দুই কৃষকৰ সততা অসমআঞ্চলিকউত্তৰ পূৱ 294 By NKTV Digital Share FacebookTwitterWhatsAppTelegram কাজিৰঙাৰ দুই কৃষকৰ সততা। খেতি পথাৰত দুজন কৃষকে বুটলি পালে গঁড়ৰ খৰ্গ। দুয়ো সেই খৰ্গ গতাই দিলে বন বিভাগক। বন বিভাগে দুয়োকে জনালে সম্বৰ্ধণা। Author: NKTV Digital Previous articleমাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদNext article‘দেৱজিতে মোক বিয়া পাতিম বুলি কৈছে’ NKTV Digital Popular নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; কংগ্ৰেছক তীব্ৰ কটাক্ষ, কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই? দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় পুৰুষ ক্ৰিকেটত পাকিস্তানক হৰুৱাই ভাৰতৰ স্বৰ্ণজয়, এছিয়ান গেমছত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন টিম ইণ্ডিয়া পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে নতুন পৰ্যটন বৰ্ষৰ মুকলিৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী More like thisRelated নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; কংগ্ৰেছক তীব্ৰ কটাক্ষ, কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই? NKTV Digital - October 3, 2026 নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন বাকী থকাৰ... দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় NKTV Digital - October 3, 2026 দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,... পুৰুষ ক্ৰিকেটত পাকিস্তানক হৰুৱাই ভাৰতৰ স্বৰ্ণজয়, এছিয়ান গেমছত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন টিম ইণ্ডিয়া NKTV Digital - October 3, 2026 এছিয়ান গেমছত পুৰুষৰ ক্ৰিকেটত স্বৰ্ণ পদক অক্ষুণ্ণ ৰাখিলে ভাৰতে।... পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে নতুন পৰ্যটন বৰ্ষৰ NKTV Digital - October 3, 2026 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ ২০২৬–২৭ পৰ্যটন...