অভিনেত্ৰী কৰীণা কাপুৰৰ বাসগৃহ ছীল, ৰুজু কৰিলে গোচৰ

জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা আক্ৰান্ত হৈছে কভিডত। কভিড পজিটিভ পোৱাৰ পিছতে দুয়োৰে বাসগৃহ ছীল কৰিছে প্ৰশাসনে। কৰীণা আৰু অমৃতাই যোৱা কেইদিনমানত কেইবাটাও পাৰ্টীত অংশগ্ৰহণ কৰিছিল। যাৰ বাবে কভিড প্ৰটকল ভংগ কৰাৰ অজুহাতত দুয়োৰে বিৰুদ্ধে বি এম চিয়ে গোচৰ ৰুজু কৰিছে। কৰীণাই নিজৰ দুয়োটি পুত্ৰৰ সৈতে ঘৰতে আছে আৰু নিজৰ স্বাস্থ্য ঠিকে থকাৰ কথা উল্লেখ কৰিছে।

যোৱা ৭ ডিচেম্বৰত গাৰ্ল গেঙৰ সৈতে পাৰ্টীত অংশগ্ৰহণ কৰিছিল দুয়োগৰাকীয়ে। ভগ্নী কৰিশ্মা কাপুৰ আৰু মালাইকা আৰোৰাও পাৰ্টিত আছিল। অনিল কাপুৰৰ জীয়ৰী ৰিয়া কাপুৰে বৰদিনৰ পূৰ্বে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল। এই পাৰ্টীত উপস্থিত আছিল অৰ্জুন কাপুৰ, মাচাবা গুপ্তাকে ধৰি ছবি জগতৰ কেইবাগৰাকী তাৰকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...