২৩ ছেপ্টেম্বৰত কোনে কোনে পাব চৰকাৰী চাকৰি?

২৩ ছেপ্টেম্বৰত চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ১১,২০২ গৰাকীক নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। অসম চৰকাৰৰ ২১টা বিভাগত দিয়া হ’ব নিযুক্তি। গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকীক নিযুক্তি। উচ্চ কাৰিকৰী শিক্ষাত ৯২৭, শিক্ষা বিভাগত ৩৮১১ গৰাকীক নিযুক্তি। পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭, লোক নিৰ্মাণ বিভাগত ৩০৪, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯, জলসিঞ্চনত ১৩৭ গৰাকীক দিয়া হ’ব নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰিব নিযুক্তি পত্ৰ। ১ লাখ নিযুক্তি আছিল বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। পূৰ্বে ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক দিয়া হৈছিল নিযুক্তি। এই নিযুক্তিৰ পিছত এয়া অসম চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...