ইতিহাস ৰচিলে অসম সন্তান এলভিচ আলী হাজৰিকাই!

অসমলৈ পুনৰ গৌৰৱ কঢ়িয়ালে এলভিচ আলী হাজৰিকাই। অৱশেষত নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিচ। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল পাৰ হয় এলভিচে। নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা এছিয়াৰ প্ৰথম ব্যক্তি এলভিচ। দীৰ্ঘদিন ধৰি এই ক্ষণৰ বাবে অপেক্ষা কৰিছিলো।

সফলতাৰ পিছত এলভিচ আলী হাজৰিকাৰ মন্তব্য এয়া। ২০ দিন ধৰি এই অভিযানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল সন্তৰণবিদগৰাকীয়ে। সাঁতোৰাৰ সন্মুখীন হৈছিল বিভিন্ন ঘাট-প্ৰতিঘাতৰ।

নৰ্থ চেনেলৰ অত্যন্ত ঠাণ্ডা পানী আৰু প্ৰকাণ্ড সাগৰীয় জেলিফিচ আছিল সন্তৰণবিদগৰাকীৰ অন্যতম প্ৰত্যাহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...