দোকান-বজাৰত প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন, চলিছে বজাৰে বজাৰে অভিযান!

গুৱাহাটী পৌৰ নিগমৰ প্লাষ্টিক বিৰোধী অভিযান। মহানগৰীৰ প্ৰতিখন বজাৰে বজাৰে চলিছে এই অভিযান। ৭৫ মাইক্ৰনতকৈ কম মান যুক্ত প্লাষ্টিক বেগ ব্যৱহাৰৰ বিৰুদ্ধে এই অভিযান। বুধবাৰে সাওকুচি সাপ্তাহিক বজাৰত চলিল এই অভিযান। অভিযান কালত জব্দ কৰে বহু সংখ্যক প্লাষ্টিক বেগ। এই অভিযানত সকলো ব্যৱসায়িক সকিয়াই দিয়ে প্লাষ্টিক ব্যবহাৰ নকৰিবলৈ। পৰৱৰ্তী সময়ত জৰিমনা বিহাৰ কথা উল্লেখ কৰে GMC বিষয়াই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...