গুৱাহাটীলৈ কিয় আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে?

২২ ছেপ্টেম্বৰত গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি। লোকমন্থন 2022 অনুষ্ঠানত উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। পুৱা ১০ বজাত কলাক্ষেত্ৰত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী। উপ-ৰাষ্ট্ৰপতিৰূপে দায়িত্ব গ্ৰহণৰ পিছত ধনখড়ৰ প্ৰথমটো অসম ভ্ৰমণ।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লোকমন্থন 2022। এই অনুষ্ঠানত পৰিৱেশিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন লোক পৰম্পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...