Browsing Tag

BJp

আই এন ডি আই এৰ তিনি সহস্রাধিক লোকৰ এন ডি এত যোগদান

দেশৰ কাৰণে অপবিত্র সকল একত্ৰিত হৈছেঃ ভৱেশ কলিতা মুখ্য মুখপাত্ৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ ভাৰতীয় জনতা পাৰ্টিৰ

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাবিয়লি ৪.১৫ বজাত গুৱাহাটীত অৱতৰণ কৰিব নাড্ডাইবিমান বন্দৰৰ পৰা পোনে পোনে

ফিৰংগী বিজেপিৰে ভৰি আছে অসমৰ বিজেপি দল: গৌৰৱ গগৈ

ফিৰংগী বিজেপিৰে ভৰি আছে অসমৰ বিজেপি দল। পুৰণি বিজেপিৰ মানুহ দেখাই নাপাওঁ। হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈ চাৰ্জিকেল ষ্ট্ৰাইক

গোৱাত নিৰ্দলীয় আৰু MGPৰ সমৰ্থনত বিজেপি-এ গঠন কৰিব চৰকাৰ

গোৱাত চৰকাৰ গঠনৰ দাবী বিজেপিৰনিৰ্দলীয় আৰু MGPৰ সমৰ্থনত গঠন কৰিব চৰকাৰৰাজ্যপালক সাক্ষাতৰ পিছত এই মন্তব্য প্ৰমোদ চাৱন্তৰএকেৰাহে

বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে

বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। বিধানসভাৰ অধিৱেশনৰ মাজতে বিজেপিৰ এই চমক। এতিয়াও কংগ্ৰেছৰ পৰা পদত্যাগ কৰা

কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত আৰম্ভ হৈছে খহনীয়া!

ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত খহনীয়া৷ বিজেপি দলৰ 'সবকা সাথ সবকা বিকাশ' আদৰ্শত অনুপ্ৰাণিত হৈ গৰৈমাৰীত কংগ্ৰেছী