Uncategorized

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’ট উৰণ সেতুত দুৰ্ঘটনাগ্ৰস্ত বাহনখন। গুৱাহাটীৰ পৰা পাঠশালা অভিমুখে গৈ আছিল বাহনখন। পাঠশালাত আজি আছিল জুবিন গাৰ্গৰ...

ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ'ল ভয়াৱহ ৰে'ল দুৰ্ঘটনা। ওড়িশাৰ কটকত লাইনচ্যুত কামাখ্যা এক্সপ্ৰেছ। লাইনচ্যুত হয় ৰে’লখনৰ কেইবাটাও দবা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭জনকৈ লোক। ঘটনাৰ...

তিনিবছৰ পূৰ্বেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক, হাহাকাৰ লাগিল পৰিয়ালৰ মাজত

ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত-নাশ্ৰুত কাণ্ড। তিনিবছৰ পূৰ্বে ম্যাদ উকলা চেলাইন প্ৰদান কৰিলে ৰোগীক। ১ঘণ্টা ৩০মিনিট সময় ৰোগীৰ শৰীৰত প্ৰদান ম্যাদ উকলা...

ৰাজীৱ শদিয়াৰ নামত ষড়যন্ত্ৰকাৰীৰ কি হ’ব? সৰৱ তিনিচুকীয়াৰ দল-সংগঠন

ভোগালী বিহুৰ উৰুকাৰ দিনাই সকলোকে কন্দুৱাই কেতিয়াও ঘূৰি নহাৰ বাটেৰে গ'লগৈ জনতাৰ শিল্পী ৰাজীৱ শদিয়া। গণশিল্পী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিটুকুৰা জালিয়াতিৰে...

মহাকুম্ভ মেলাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সৈতে মুখ্যমন্ত্ৰী আদিত্যনাথৰো স্নান। সাধু-সন্তৰ সৈতে দুয়ো নেতাই ত্ৰিবেণী সংগমত কৰিলে স্নান। সোমবাৰে প্ৰয়াগৰাজত কেইবাটাও...

Popular