আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

  • আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
  • বিয়লি ৪.১৫ বজাত গুৱাহাটীত অৱতৰণ কৰিব নাড্ডাই
  • বিমান বন্দৰৰ পৰা পোনে পোনে যাব কইনাধৰাৰ অতিথিশালালৈ
  • নিশা ৯ বজাত কইনাধৰাতেই অনুষ্ঠিত হ’ব দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক
  • শনিবাৰে পুৱা ১০.৩০ বজাত দলৰ নতুন কাৰ্যালয় মুকলি কাৰ্যসূচীত অংশগ্ৰহণ
  • ২ বজাত খানাপাৰাত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ
  • শনিবাৰেই নাড্ডা উভতি যাব নতুন দিল্লীলৈ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...