কাটাৰতেই শেষ! খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব মেছিক

কাটাৰতেই শেষ। খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব মেছিৰ দুভৰিৰ যাদু। বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা লিঅ’নেল মেছিৰ অনুৰাগীৰ বাবে এটা অতি দুখবৰ। কাটাৰ বিশ্বকাপৰ পিছতে অৱসৰৰ বাবে মন স্থিৰ কৰিছে মেছিয়ে।

কাটাৰ বিশ্বকাপৰ পিছত আৰু আন বিশ্বকাপত দেখা নাযাব মেচিৰ যাদু। আৰ্জেণ্টিনাৰ সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত এই ঘোষণা লিঅ’নেল মেছিৰ।

অৱশ্যে এই সাক্ষাৎকাৰতে কাটাৰ বিশ্বকাপৰ বাবে উগ্ৰীৱ হৈ থকা বুলি জনালে লিঅ’নেল মেছিয়ে। আগন্তুক বিশ্বকাপত খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব মেচি বাহিনী। বিগত ৩৫খন খেলত ক্ৰমাগত জয়েৰে আত্মবিশ্বাস তুংগত আৰ্জেণ্টিনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...