তেজস্বিতাৰ মৃত্যুৱে উদঙালে স্বাস্থ্যৰ পয়ালগা অৱস্থা

স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবদ বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি অহাৰ পিছতো আজিও ৰাইজক ন্যূনতম চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম নহ’ল স্বাস্থ্য বিভাগ। ৩ কোটি ৩০ লাখ জনসংখ্যাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত বৰ্তমান আছে মাথোঁ ২১২৩খনহে ICUযুক্ত বিছনা। কাগজে-পত্ৰই বিভিন্ন জিলাত অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান কৰা বুলি দাবী কৰি অহা হৈছে যদিও বিভিন্ন জিলাৰ চৰকাৰী চিকিৎসালয়ত কাৰ্যক্ষম হৈ থকা নাই ICU বিছনা, অক্সিজেনযুক্ত বিছনা অথবা ভেণ্টিলেটৰ সহায়ক বিছনা আদি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...