নেপালত শোকাৱহ বাছ দুৰ্ঘটনা, ১৬ যাত্রী নিহত

0 103
  • নেপালৰ মাধেশ প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনা
  • শোকাৱহ দুৰ্ঘটনাত ১৬ যাত্রী নিহত, ৩৫ যাত্রী আহত
  • নাৰায়ণগড়ৰ পৰা বীৰগুঞ্জ অভিমুখে গৈ আছিল বাছখন
  • নিয়ন্ত্রণ হেৰুৱাই ৰাজপথৰ পৰা নৈত বাগৰি পৰে বাছখন
  • আহতসকলক হেটাউডা, চুৰে হিল আৰু চাঞ্চো চিকিৎসালয়লৈ প্রেৰণ
Leave A Reply

Your email address will not be published.