Browsing Tag

Nagaon Police

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ মাৰাথন অভিযান, জালত ৪ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কচুৱাৰ গেৰজাইপামত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী।