Browsing Tag

Covid

ক’ভিডৰ তৃতীয় ঢৌ; বুধবাৰৰ দিনটোত ৰাজ্যত ৮,৩৩৯জন আক্ৰান্ত!

গুৰুত্বৰ অৱস্থাত আছে অসমত ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোতকৈ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন

নগাঁৱৰ CRPF কেম্পত কৰ’নাৰ দ্ৰুত সংক্ৰমণ, ১৫জনকৈ জোৱান ক’ভিড পজিটিভ

নগাঁৱৰ চিআৰপিএফ কেম্পত কৰ’নাৰ দ্ৰুত সংক্ৰমণ৩৪নং বেটেলিয়ান শিবিৰৰ ১৫জনকৈ জোৱান ক’ভিড পজিটিভRTPCR টেষ্টত জোৱানকেইজনৰ দেহত ধৰা পৰে

ৰাজ্যত উৰ্ধগামী ক’ভিডৰ গ্ৰাফ, মঙলবাৰে নতুনকৈ ২,৮৩৭জন আক্ৰান্ত

মঙলবাৰে ৰাজ্যত নতুনকৈ ২,৮৩৭জন ক’ভিড আক্ৰান্তকামৰূপ(মঃ) জিলাত চিনাক্ত হৈছে ৮৭০জন ক’ভিড আক্ৰান্তদিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল

মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক!

মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। ফেৰী ঘাটত সকলো যাত্ৰীৰে ক’ভিড পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে। এই কথা

নতুন SOP ঘোষণাৰ পিছতে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। দিনটোত সম্পন্ন

দেশত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক!

দেশত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিকবুধবাৰৰ তুলনাত ৫৬.৫ শতাংশ বৃদ্ধি আক্ৰান্তৰ

আজি ঘোষণা হ’ব পাৰে নতুন SOP! অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক

অমিক্ৰনৰ সংক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব কেবিনেট

ক’ভিডৰ সংক্ৰমণ: মহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভ

দেশত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধিমহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভউপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে সদৰী কৰিছে এই

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে