আজি ঘোষণা হ’ব পাৰে নতুন SOP! অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক

অমিক্ৰনৰ সংক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব কেবিনেট মন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া। শীঘ্ৰেই ৰাজ্যত নতুন SOP বলৱৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা।

বন্ধ হ’ব পাৰে বিদ্যালয়। বন্ধ হ’ব পাৰে ১৫ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান। নৈশ সান্ধ্য আইনৰ সময়সীমা সলনিৰো পূৰ্ণ সম্ভাৱনা। নিষেধাজ্ঞা আহিব পাৰে ৰাজহুৱা সমাবেশত। প্ৰতিদিনে এহেজাৰ লোক আক্ৰান্ত হ’লে ৰাজ্যত বলৱৎ হ’ব বিশেষ নিষেধাজ্ঞা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...