কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

0 199

কাছাৰ জিলাৰ ধলাই পালংঘাটত ভয়াৱহ পথ দুৰ্ঘটনা। ডিআই আৰু অটোৰিক্সা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত দুই অটো যাত্ৰী। নিহত লোক দুজন কাছাৰৰ ৰোচকান্দি চা বাগিচাৰ বিকাশ কালিন্দি আৰু ছোট ৰি।

গুৰুতৰভাবে আহত শিশু সহ চাৰিজন। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডিআই বাহনখন।

Leave A Reply

Your email address will not be published.